12. এখন খেল এডাল চলন্ত কাড়চিনযুক্ত, যিডাল 1, 2, 3, 4, 5, 6, 7, 8 যিকোনো এটা সংখ্যাৰ পিনে টোৱাই ৰৈ যায় আৰু এই ফলাফল সমশক্য। সম্ভাবিতা কি যাতে এইডালে গৈ ৰয়-
(i) 8 ত ?
(ii) এটা অযুগ্ম সংখ্যাত ?
(iv) 9 তকৈ সৰু এটা সংখ্যাত?
(iii) 2 তকৈ ডাঙৰ এটা সংখ্যাত ?
NOTE:-
এটা তাচপাতৰ পেকেট 52টা কাৰ্ডৰে গঠিত যিটো 4টা ভাগত ভাগকৰা আছে প্ৰত্যেকতে 13 টাকৈ কাৰ্ড - ইস্কাপন, হৰতন ,ৰোহিতন, আৰু চিৰিটন । চিৰিটন আৰু ইস্কাপন কলা ৰঙৰ অন্যহাতে হৰতন আৰু ৰোহিতনৰ ৰঙ ৰঙা।প্ৰত্যেকটো ভাগত থকা কাৰ্ডবোৰ হ'ল টেক্কা,ৰজা,ৰাণী, আৰু গোলাম 10,9,8,7,6,5,4,3 আৰু 2।
ৰজা,ৰাণী, আৰু গোলামক মুখ কাৰ্ড বোলে।
গতিকে 4 ৰঙৰ প্ৰতিবিধৰে তিনিটাকৈ মুঠ (4×3)12 টা মুখ কাৰ্ড থাকে।